Daily Time Axom

নৈসৰ্গিক !! মনোৰম নান্দনিক বিহংগম দৃশ্যৰে এইখন অসমৰে এখন ক্ৰিকেট ষ্টেডিয়াম ৷ ক’ত আছে এইখন ষ্টেডিয়াম ?

0 8

অলপ দূৰৈত সেউজ পাহাৰ ৷ সমীপতে কাষে কাষে জলাশয়ৰ পানীৰ চিকমিকনিৰে গঢ় লৈছে নতুনকৈ এখন ক্ৰিকেট ষ্টেডিয়াম ৷ কেইদিনমান পূৰ্বে উদ্বোধন কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত আছে এই নৱনিৰ্মিত ষ্টেডিয়ামখন ৷ আকাশ মাৰ্গৰ পৰা উঠোৱা অসম ক্ৰিকেট সংন্থাই নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনৰ দৃশ্যই বিশেষ চৰ্চা লাভ কৰিছে ৷ ফটোকেইখন সংগ্ৰহ কৰা হৈছে অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিৎ শইকীয়াৰ সংগ্ৰহৰ পৰা ৷

Leave A Reply

Your email address will not be published.