Daily Time Axom

ভাৰতীয় বায়ু সেনাৰ গ্ৰুপ কেপ্টেইন অভিনন্দন বৰ্ধমানলৈ ‘বীৰচক্ৰ সন্মান’ প্ৰদান কৰা হয়। সোমবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে এই বঁটা । ২০১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত বালাকোট এয়াৰ ষ্ট্ৰাইকত পাক বায়ু সেনাৰ এফ-১৬ যুঁজাৰু বিমান ভূপতিত কৰি বীৰত্ব প্ৰদৰ্শনৰে ভাৰতভূমিক গৌৰৱান্বিত কৰিছিল অভিনন্দন বৰ্ধমানে ।

0 30
Leave A Reply

Your email address will not be published.