Daily Time Axom

ইটানগৰৰ ৰাজপথত বন্ধ সমৰ্থকৰ তাণ্ডৱ

0 12

অৰুণাচলৰ ৰাজধানী চহৰ ইটানগৰত হিংসাত্মক পৰিস্থিতি ৷ ANSU অৰ্থাৎ অল নিচি ষ্টুডেন্ট ইউনিয়নে মঙলবাৰে আহ্বান কৰা বন্ধত সমৰ্থকে যান-বাহনৰ ক্ষতি সাধন কৰাৰ লগতে ৰাজপথত মঙলবাৰে ত্ৰাসৰ সৃষ্টি কৰে ৷ নীহাৰিকা ৰায় নামৰ ৰাজ্যখনৰ শিক্ষা বিভাগৰ বৰ্তমানৰ কমিচনাৰ গৰাকীৰ ৰাজ্যখনৰপৰা বদলি আৰু ANSUৰ সদস্যৰ বিৰুদ্ধে ক্ৰিমিনেল গোচৰ প্ৰত্যাহাৰ দাবী কৰি ১২ ঘন্টীয়া ইটানগৰ বন্ধ ঘোষণা কৰিছিল ANSUয়ে ৷ বন্ধৰ সমৰ্থক সকলৰ তাণ্ডৱৰ পিছত প্ৰায় জনশূন্য হৈ পৰি ইটানগৰৰ ৰাজপথ ।

Leave A Reply

Your email address will not be published.