Daily Time Axom

প্ৰাক্তন ক্ৰিকেটাৰ , সাংসদ গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি মুছলিম মৌলবাদীৰ

0 9

বিজেপি সাংসদ- প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে মৃত্যুৰ ভাবুকি লাভ কৰিছে ৷ সম্প্ৰতি তেওঁৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
প্ৰাক্তন ক্ৰিকেটাৰ তথা বিজেপি সাংসদ গৌতম গম্ভীৰে মৃত্যুৰ ভাবুকি লাভ কৰা খবৰ এতিয়া সৰ্বত্ৰত বিয়পি পৰিছে। প্ৰকাশিত তথ্য অনুসৰি, ‘আইএছআইএছ কাশ্মীৰে’ ই-মেইলযোগে ভাবুকি প্ৰদান কৰিছে। সন্ত্ৰাসবাদীৰ ভাবুকি পোৱাৰ পিছত এতিয়া তেওঁৰ ঘৰৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

Leave A Reply

Your email address will not be published.