Daily Time Axom

বিলাসীপাৰাত শক্তি মন্ত্রী বিমল বৰাৰ বিভিন্ন আঁচনিৰ ৰূপায়ণৰ পৰ্যবেক্ষণ

0 11

বৃহস্পতিবাৰে যুব কল্যাণ, শক্তি আৰু সংস্কৃতি মন্ত্রী বিমল বৰাই বঙাইগাঁৱৰ কেবিনেটত ভাগ লৈ উভতি আহোতে বিলাসীপাৰা মহকুমাত উপস্থিত হয়। প্রথমে তেঁও আর্বত ভৱনত সাংবাদিক সকলৰে মত বিনিময় কৰে ৷ তাৰ পিছতে বিলাসীপাৰা পৌৰ নিগমৰ কমিউনিটি হলত এক সভাত চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ লগত মত বিনিময় কৰে ৷

Leave A Reply

Your email address will not be published.