Daily Time Axom

শুকুৰবাৰৰ দিনটোত অসমত মুঠ ১৪২ জন ক’ভিড পজিটিভ চিনাক্ত ৷ ৰাজ্যখনত দিনটোত ৩২,৫৯৭ জনৰ ক’ভিড পৰীক্ষা সম্পন্ন হয় ৷ ক’ভিভ সংক্ৰমণৰ হাৰ .৪৪% ৷ কেৱল কামৰূপ মহানগৰ জিলাতে ৫০জন ক’ভিড পজিটিভ ধৰা পৰে ৷ আনহাতে চৰকাৰী তথ্য মতে দিনটোত ৫ জন লোকে প্ৰাণ হেৰুৱায় ক’ভিডৰ সংক্ৰমণত ৷

0 9
Leave A Reply

Your email address will not be published.