Daily Time Axom

সৌৰভ-ৰোহিত-চেহৱাগ-আজহাৰৰ শাৰীত নাম লিখিলে শ্ৰেয়সে

0 11

কানপুৰৰ গ্ৰীণ পাৰ্কত নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত শ্ৰেয়াছ আয়াৰে এটা বৃহৎ শতক অৰ্জন কৰিলে। যাৰ ফলত তেওঁ এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ ১১০ তম বেটছমেন হব’লৈ সক্ষম হৈছে । তেওঁ এই দৃষ্টান্ত স্থাপন কৰা ভাৰতৰ ১৬তম বেটছমেন । ভাৰতীয় ক্ৰিকেটাৰ সকলৰ ভিতৰত শিখৰ ধাৱান, ৰোহিত শৰ্মা, গুণ্ডাপ্পা বিশ্বনাথ, পৃথ্বী শ্ব, সৌৰভ গাংগুলী, সুৰিন্দৰ অমৰনাথ, সুৰেশ ৰাইনা, লালা অমৰনাথ, আব্বাছ আলী বেগ, মহম্মদ আজহাৰুদ্দিন, দীপক শোধন, হনুমন্ত সিং, বীৰেন্দ্ৰ ছেহৱাগ, প্ৰবীণ আমৰে আৰু এজি কৃপাল সিঙে এই কৃতিত্ব অৰ্জন কৰিছে।

Leave A Reply

Your email address will not be published.