Daily Time Axom

ক’ভিডৰ বাবে বন্ধ ঘোষণা অসম জাতীয় বিদ্যালয় ৷ ক’ভিডত আক্ৰান্ত শিক্ষক ৷

0 13

ক’ভিড সংক্ৰমণৰ বাবে বন্ধ ঘোষণা কৰা হৈছে অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান গুৱাহাটীৰ অসম জাতীয় বিদ্যালয় ৷ বিদৱযালয়খনৰ কৰ্তৃপক্ষই জনোৱা মতে, সজাগতামূলক কাৰ্যসূচী হিচাবে যোৱা ২৬ আৰু ২৭ নৱেম্বৰত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰী আৰু কিছুসংখ্যক শিক্ষাৰ্থীৰ ক’ভিড পৰীক্ষা (RTPCR) কৰোৱা হৈছিল। পৰীক্ষাৰ ফলাফল অনুসৰি দুগৰাকী শিক্ষকৰ ক’ভিড পজিটিভ পোৱা গৈছে। সেয়েহে আজি সোমবাৰৰ পৰা ৪ ডিচেম্বৰ শনিবাৰলৈ অসম জাতীয় বিদ্যালয় বন্ধ থাকিব।

Leave A Reply

Your email address will not be published.