Daily Time Axom

মণিপুৰ ৩জন উগ্ৰপন্থী গ্ৰেপ্তাৰ ৷ বৃহৎ পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ জব্দ ৷

0 9

মণিপুৰতআৰক্ষী আৰু চি আৰ পি এফৰ এক বৃহৎ সাফল্য ৷ ৩জনকৈ UNLF উগ্ৰপন্থীক বৃহৎ মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষী ৷ মুঠ ১৩টা এ কে -৫৬, এ কে- ৮১, একে- ৮৬ৰাইফল, এম-১৬ ছিৰিজৰ ৰাইফল জব্দ কৰিছে সোমবাৰে নিশা ৷ লগতে, RPG লান্সাৰৰ সৈতে বুজন পৰিমাণৰ জীৱন্ত গুলী জব্দ কৰে আৰক্ষীয়ে ৷

Leave A Reply

Your email address will not be published.