যোৰহাট উকীল সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

যোৰহাট ২৯ নৱেম্বৰত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট উকীল সন্থাৰ প্ৰাক্তন সভাপতি ৰিংকু শৰ্মাই ঘোষণা কৰি কয় যে, যোৰহাট কাণ্ডৰ অপৰাধীৰ হৈ ওকালতি নকৰে যোৰহাট উকিল সন্থাই লৈছে এই সিদ্ধান্ত। উল্লেখ্য যে উকিল সকলৰ এই সিদ্ধান্তৰ শলাগ লৈছে যোৰহাটবাসীৰ লগতে ৰাজ্যবাসীয়ে।

Comments (0)
Add Comment