Daily Time Axom

ৰাজভৱনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূৰ্তি উন্মোচন

0 9

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শুকুৰবাৰে গুৱাহাটীৰ ৰাজভৱনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজেন্দ্ৰ প্ৰসাদৰ নাতি তাৰা সিনহা।
ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৭ তম জন্ম জয়ন্তী উপলক্ষে প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদক তেওঁৰ ১৩৭ তম জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক স্বাধীনতা আন্দোলনত বিশিষ্ট অৱদান আগবঢ়োৱা এজন অনন্য প্ৰতিভাসম্পন্ন ব্যক্তি হিচাপে অভিবাদন জনাইছে।

Leave A Reply

Your email address will not be published.