Daily Time Axom

অনিমেষ হত্যাকাণ্ডৰ- ১৪নম্বৰ অপৰাধীক গ্ৰেপ্তাৰ

0 8

যোৰহাটৰ বৰ্বৰ গণপ্ৰহাৰ আৰু হত্যাৰ ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ড- ১৪ নম্বৰ অপৰাধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
এই জনৰ ঘৰ যোৰহাটৰে বৰিগাঁৱৰ, যাৰ বয়স ১৮বছৰ, নাম প্ৰিয়ংশু দাস ওৰফে তিলৌ বুলি চিনাক্ত হৈছে।
যোৰহাট আৰক্ষীয়ে তিলৌৰ গ্ৰেপ্তাৰৰ খবৰ টুইটাৰ একাউণ্ট যোগে সদৰি কৰিছে।

Leave A Reply

Your email address will not be published.