Daily Time Axom

জন্মদিনত দেউতাকৰ নাম ব্যৱহাৰ নকৰা জাবেদ জাফেৰীৰ নজনা কথা

0 16

বলীউড অভিনেতা জাভেদ জাফ্ৰী কেৱল তেওঁৰ অভিনয়েই নহয়, নৃত্য আৰু কৌতুকৰ ক্ষেত্ৰতো যথেষ্ট জনপ্ৰিয়। শনিবাৰে জাভেদ জাফ্ৰীয়ে তেওঁৰ ৫৬ তম জন্মদিন উদযাপন কৰিছে। খুব কম মানুহে জানে কিন্তু জাভেদ জাফ্ৰী বিখ্যাত কৌতুক অভিনেতা জগদীপৰ পুত্ৰ। কৌতুক তেওঁক দেউতাকৰ পৰা উত্তৰাধিকাৰী হিচাপে পাইছে। অৱশ্যে, জাভেদ জাফ্ৰীয়ে কেতিয়াও তেওঁৰ দেউতাক জগদীপৰ নাম ব্যৱহাৰ কৰা নাছিল। জগদীপ হিন্দী চলচ্চিত্ৰত এজন বিখ্যাত কৌতুক অভিনেতা আছিল, কিন্তু তেওঁৰ সুৰাপান আৰু জুৱাখেলৰ অভ্যাসে তেওঁক জাভেদৰ পৰা আঁতৰাই ৰাখিছিল।

Leave A Reply

Your email address will not be published.