অসমৰ ৰিয়া মহন্তলৈ যুৱ কাৰ্নেগী শান্তি বঁটা, ২০২১

গুৱাহাটীৰ ৰিয়া মহন্তই সন্মানীয় যুৱ কাৰ্নেগী শান্তি বঁটা, ২০২১ লাভ কৰিছে। সৌৰভ মহন্ত আৰু ড০ নীলাক্ষী মহন্তৰ কন্যা ৰিয়া মহন্তই শান্তি নিৰ্মাণ প্ৰকল্পৰ বাবে পুৰস্কাৰ লাভ কৰিছিল।
এই বঁটা প্ৰদান অনুষ্ঠানটো নেডাৰলেণ্ডৰ হেগৰ শান্তি প্ৰাসাদৰ আন্তৰ্জাতিক ন্যায়ালয়ত অনুষ্ঠিত হৈছিল।

Comments (0)
Add Comment