দেশবাসীক শোকস্তব্ধ কৰি চিৰবিদায় লোৱা ভাৰতৰ সদ্যপ্ৰয়াত প্ৰতিৰক্ষা প্ৰধান জেনেৰেল বিপিন ৰাৱাট ডাঙৰীয়া আৰু তেখেতৰ পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰদেহত শুকুৰবাৰে নতুন দিল্লীত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
By
admin on December 10, 2021