নিয়া শৰ্মাৰ ফটোৱে জুই লগাইছে ক’ত
বলীউডৰ বিকিনি পিন্ধা নিয়া শৰ্মাই দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু লগতে এছিয়াৰ ৫০ গৰাকী চেক্সি মহিলাৰ মাজত দ্বিতীয় স্থানত নিজৰ স্থান সুৰক্ষিত কৰিছে। কেতিয়াবা আধা উলংগ, কেতিয়াবা খোলা বুকুৰে প্ৰায় ফেশ্বন ফটো উঠে অভিনেত্ৰীগৰাকীয়ে । নিয়া শৰ্মাই অতিৰিক্ত উন্মুক্ত কাপোৰ পিন্ধাৰ বাবে বাৰে বাৰে সমালোচনাৰ সন্মুখীন হৈছে। নিয়া শৰ্মাক আনকি উলংগ হৈ খোজ কাঢ়িবলৈও পৰামৰ্শ দিছিল বহুতে ।
বলীউডৰ ‘নাগিন’ অভিনেত্ৰী নিয়া শৰ্মাৰ সাহসিকতাই সামাজিক মাধ্যমক জোকাৰি গৈছে। নিয়ায়ে তাইৰ ইনষ্টাগ্ৰামত এটাৰ পিছত এটা ফটো শ্বেয়াৰ কৰি জুই জ্বলাই আছে। প্ৰতিখন চলচ্চিত্ৰত যৌৱনৰে পৰিপূৰ্ণ কৰি এতিয়া খলকনি তুলিছে ছচিয়েল মিডিয়াত ।