Daily Time Axom

ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ ৫০ হাজাৰ টকাৰ সাহাৰ্য।

0 12

ক’ভিডত মৃত্যু ঘটা লোকৰ পৰিয়াললৈ চৰকাৰে ঘোষণা কৰা সাহাৰ্য প্ৰদান কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ এচ ডি আৰ এফৰ অধীনত আগবঢ়োৱা হৈছে ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য। এই সাহাৰ্য লাভ কৰাৰ বাবে হিতাধিকাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয় বা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি সংশ্লিষ্ট কাৰ্যালয়ত আবেদনপত্ৰসমূহ জমা দিব লাগিব।

Leave A Reply

Your email address will not be published.