Daily Time Axom

আৰক্ষী পিতৃৰ চাৰ্ভিচ ৰিভলভাৰৰ সৈতে খেলি ৪-বছৰীয়া শিশু গুলিবিদ্ধ

0 11

এজন আৰক্ষী পিতৃৰ সম্পূৰ্ণ অসাৱধানতাৰ বাবে নগাঁৱত দেউতাকৰ চাৰ্ভিচ ৰিভলভাৰৰ সৈতে খেলি থাকোতে এটা ৪ বছৰীয়া শিশু গুলীত আঘাত প্ৰাপ্ত হয়।

ঘটনাটো নগাঁও জিলাৰ উলুৱনী আৰক্ষী চকিৰ অন্তৰ্গত কালিয়াবৰত সংঘটিত হয়।
উলুৱনী আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক তিলক বৰদলৈৰ পুত্ৰ শিশুটোৱে তেওঁৰ দেউতাকৰ পিষ্টলৰ সৈতে খেলি আছিল আৰু দূৰ্ঘটনাক্ৰমে তেওঁৰ মূৰত গুলী লাগে।

Leave A Reply

Your email address will not be published.