আজি অসমত মুঠ ১৩১ জন ক’ডিড আক্ৰান্ত চিনাক্ত

শুকুৰবাৰে ৰাজ্যখনত মুঠ ১৩১ জন ক’ভিড পজিটিভ লোক চিনাক্ত হৈছে ৷ সমগ্ৰ অসমত মুঠ ৩১,৮৪৯ জন লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷ মুঠ ১৩১ জন ক’ভিড আক্ৰান্ত ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৫৫ জন ৷

চৰকাৰী তথ্য মতে ৰাজ্যখনত দিনটোত ক’ভিডত ২ জন লোকৰ মৃত্যু ঘটে ৷

Comments (0)
Add Comment