Daily Time Axom

শ্বাহৰুখ পুত্ৰলৈ ন্যায়ালয়ৰ সকাহ

0 17

বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানলৈ ন্যায়ালয়ৰ সকাহ ৷ বোম্বাই উচ্চ ন্যায়ালয়ে বুধবাৰে নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰোৰ (এনচিবি) মুম্বাই কাৰ্যালয়ত হাজিৰ হ’বলগীয়া তেওঁৰ জামিনৰ চৰ্ত বাতিল কৰিছে ।

ড্ৰাগছ কাণ্ডত গ্ৰেপ্তাৰৰ পিছত জামিনৰ চৰ্ত মানি আৰিয়ানে এন চি বিৰ কাৰ্যালয়ত প্ৰতি শুকুৰবাৰে হাজিৰা দিব লাগিছিল ৷
লক্ষণীয়ভাৱে, এতিয়াৰে পৰা ড্ৰাগছ-অন-ক্ৰুজ গোচৰৰ অভিযুক্ত আৰিয়ান খানে প্ৰতি শুক্ৰবাৰে এনচিবি কাৰ্যালয়ত তেওঁ সাপ্তাহিক দেখা কৰিব নালাগে।

Leave A Reply

Your email address will not be published.