Daily Time Axom

*ৰাজ্যৰ ৬ জিলাৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলালৈ সুখবৰ

0 8

ৰাজ্য চৰকাৰে অসম মাইক্ৰ’ ফাইনেন্স ইনচেণ্টিভ আৰু ৰিলিফ আঁচনিৰ দ্বিতীয় পৰ্যায়ত ছয়খন জিলাৰ মাইক্ৰ’ ফাইনেন্স ইনষ্টিটিউচন (এমএফআই)ৰ মহিলা ঋণ লওঁতাসকলক সকাহ দিব।

আঁচনিখনৰ দ্বীতীয় পৰ্যায়ত, চৰকাৰে নিয়মীয়াকৈ এমএফআই ঋণ পৰিশোধ কৰি অহা মহিলাসকলক ইনচেণ্টিভ প্ৰদান কৰিব।

চৰকাৰে এনে ধৰণৰ পৰিশোধ কৰিবলৈ ২০০ কোটি টকাৰ অধিক ব্যয় কৰিব। নিৰ্বাচিত ছয়খন জিলা হৈছে বাক্সা, বিশ্বনাথ, বঙাইগাঁও, ডিব্ৰুগড়, ধেমাজি আৰু চিৰাং।

Leave A Reply

Your email address will not be published.