অসমত এতিয়ালৈ ধৰা পৰা নাই ক’ভিডৰ নতুন ভেৰিয়েন্ট ওমিক্ৰনত আক্ৰান্ত লোক ৷ কিন্তু বৃহস্পতি বাৰৰ ২৪ঘন্টাত ৰাজ্যখনত মুঠ ৯৩জন ক’ডিড আক্ৰান্ত ধৰা পৰিছে ৷ দিনটোত সমগ্ৰ ৰাজ্যত মুঠ ক’ভিড পৰীক্ষা কৰা হৈছিল ২৮১১১জন লোকৰ ৷ ৯৩ জন ক’ভিড আক্ৰান্তৰ ৪৩ জনেই হ’ল কামৰূপ মহানগৰ জিলাৰ ৷
চৰকাৰী তথ্যমতে বৃহস্পতি বাৰে অসমত ক’ভিড ২ জন লোকৰ মৃত্যু ঘটিছে ৷
Summary of 24/12/2021
Today’s Total 93
Overall Positivity Percentage (93 cases out of 28,111 test done = 0.33%)
Kamrup(M) 47
Death 2
Recovery Rate 98.65%