Daily Time Axom

মিছ ইউনিভাৰ্ছ হৰ্নাজৰ নতুন ৰূপ

0 60

‘মিছ ইউনিভাৰ্ছ ২০২১’ খিতাপ অৰ্জন কৰা হৰ্নাজ সান্ধুৰ বিষয়ে আজিকালি সকলো ঠাইতে চৰ্চা বাঢ়িছে । মানুহে তেওঁৰ বিষয়ে প্ৰতিটো সৰু কথা জানিবলৈ তেওঁৰ সামাজিক মাধ্যমৰ একাউণ্টবোৰত খুচৰি ফুৰিছে। ইফালে, হৰনাজ সান্ধুৱে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এনে এখন ফটো শ্বেয়াৰ কৰিছে যিয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই ফটোখনত, হৰ্নাজক ব্ৰা আৰু টপ অবিহনে কোট পিন্ধা দেখা হৈছে।

Leave A Reply

Your email address will not be published.