Daily Time Axom

৮৩’ৰ যাদু নচলিল, কিয় বাৰু জানেনে?

0 16

ছবিখন ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ৰ ওপৰত আধাৰিত ৷ শুকুৰবাৰে মুক্তিপ্ৰাপ্ত ছবি ‘৮৩’ৰ পৰা বক্স অফিচত যিমান আশা কৰিছিল সিমান সফল হ’ব নোৱাৰিলে। ৮৩’ৰ সকলো নষ্টালজিয়াৰ বহুল প্ৰচাৰৰ পিছতো ৰণবীৰ সিঙৰ সুন্দৰ প্ৰদৰ্শন বক্স অফিচত কাম নাহিল । মুক্তিৰ প্ৰথম তিনি দিনত সমগ্ৰ ভাৰতত ‘৮৩’ৰ সংগ্ৰহ ৪৭ কোটি টকা। আনহাতে, দক্ষিণৰ ছবি ‘পুষ্পা: দ্য ৰাইজ’য়ে মুক্তিৰ দহ দিনৰ পিছতো ভাল প্ৰদৰ্শন অব্যাহত ৰাখিছে। আল্লু অৰ্জুন অভিনীত ছবিখনে প্ৰথম সপ্তাহত ১৭৭ কোটি টকা উপাৰ্জন কৰিছে। কিন্তু স্পাইডাৰমেন এই যুঁজত দেখুৱাইছে বিশেষ সফলতা। মাৰ্ভেল চলচ্চিত্ৰখনে প্ৰথম তিনি দিনত ১০০ কোটি টকাৰ খুঁটি পুতিলে ।

Leave A Reply

Your email address will not be published.