ইণ্টাৰনেট গৰম কৰি তুলিছে দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মন্দনাই
দক্ষিণৰ জনপ্ৰিয় চলচ্চিত্ৰ অভিনেত্ৰী ৰশ্মিকা মন্দনা। তেওঁ ইতিমধ্যে অভিনয় আৰু সৌন্দৰ্যৰ দ্বাৰা চৰ্চিত হৈছে। তেওঁৰ অভিনীত ‘পুষ্পা: দ্য ৰাইজ’য়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ইফালে, ইনষ্টাগ্ৰামত পোষ্ট কৰা এখন ছবিয়ে ইণ্টাৰনেট গৰম কৰি তুলিছে, যিটো এতিয়া ভাইৰেল হৈ পৰিছে। ইনষ্টাগ্ৰামত পোষ্ট কৰা ছবিখনত ৰশ্মিকাই ক’লা চিফন শাৰী আৰু নুডলছ ষ্ট্ৰেপ ব্লাউজ পিন্ধি থকা দেখা গৈছে। কাণফুলি, ভেঞ্জেল, আঙুঠি, কপালত ৰূপৰ মুৰ। লগতে পাতল মেকআপে তাইক অধিক আকৰ্ষণীয় কৰি তুলিছে। উল্লেখ্য যে, ৰশ্মিকা মন্দনাই মডেলিঙৰ দ্বাৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।