Daily Time Axom

ক’ৰোনাত আক্ৰান্ত সৌৰভ গাংগুলী

0 18

বিচিচিআইৰ সভাপতি আৰু ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ক’ৰোনাত ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁ বৰ্তমান দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত আছে।

সোমবাৰে ৰাতিপুৱা প্ৰাথমিক পৰীক্ষাত সৌৰভৰ ক’ৰোনা পৰীক্ষাৰ পজিটিভ আহিছিল ৷ তাৰ পিছত তেওঁক দ্বিতীয়বাৰৰ বাবে পৰীক্ষা কৰা হয়। তেতিয়াই সৌৰভ অসুস্থ আছিল কিন্তু তেওঁৰ পত্নী ডোনা আৰু জীয়েক চানকৰ কৰ’না পৰীক্ষাৰ প্ৰতিবেদন নিগেটিভ হয়।
সৌৰভক ৰাতি চিকিৎসালয়লৈ লৈ যায়। তেওঁক বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে।
কিন্তু এইটো এতিয়াও স্পষ্ট নহয় যে তেওঁক চিকিৎসালয়ত চিকিৎসা কৰা হ’ব নে ঘৰলৈ নিয়া হ’ব । চিকিৎসকসকলৰ সৈতে আলোচনাৰ পিছতহে এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। কিন্তু সৌৰভে বিচাৰিছে যে তেওঁক ঘৰতে চিকিৎসা কৰা হওক।
এইটো এতিয়াও স্পষ্ট নহয় যে তেওঁ কেনেকৈ ক’ৰোনাত আক্ৰান্ত হ’ল ৷

Leave A Reply

Your email address will not be published.