Daily Time Axom

গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস পালন

0 8

মহানগৰীস্থিত কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উদযাপন কৰা হয় কংগ্ৰেছৰ ১৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস । ৰাজীৱ ভৱনত কংগ্ৰেছৰ পতাকা উত্তোলন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই । পতাকা উত্তোলনৰ পিচতে সেৱাদলৰ নেতৃত্বত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা । ত্ৰিৰংগা যাত্ৰাত অংশ লয় ৰাজ্যিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে । ৰাজীৱ ভৱনত লগতে উদযাপন কৰা হয় কংগ্ৰেছ সেৱাদলৰ ৯৮ সংখ্যক প্ৰতিষ্ঠা দিৱস । সেৱাদলৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোতে সেৱাদলৰ ৰাজ্যিক সভাপতিৰ দ্বায়িত্ব গ্ৰহণ কৰে দীপ বায়নে ।

Leave A Reply

Your email address will not be published.