Daily Time Axom

বিধান সভাৰ উপাধ্যক্ষ নোমল মোমিনৰ বিদ্যালয় পৰিদৰ্শন

0 8

অসম বিধান সভাৰ শীতকালীন অধিৱেশনৰ অন্তত পবিত্ৰ বৰদিনৰ বাবে সমষ্টিৰ নিজ বাসগৃহলৈ যোৱা ডা: নোমল মমিনে সোমবাৰে প্ৰথমে বোকাজানৰ অন্তৰ্গত বংনেৰিয়া এল পি স্কুললৈ যোৱাৰ পিছত কাঠকটীয়া এল পি স্কুল আৰু শেষত টেৰাং গাও প্ৰাথমিক বিদ্যালয়লৈ গৈ ছাত্ৰ ছাত্ৰৰ সা সুবিধা তথা মনৰ কথা বুজ লয়। মঙলবাৰে বিধায়ক ডা: নোমল মমিনে বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈও যায়। দুটা দিনত চাৰিখন স্কুললৈ যোৱা বিধায়ক ড: নোমল মমিনে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি অভিভূত হৈ পৰে।

Leave A Reply

Your email address will not be published.