Daily Time Axom

ইম্ফলত IED বিস্ফোৰণ

0 9

বুধবাৰে মণিপুৰৰ ইম্ফলত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা । ইম্ফলৰ টেলিপট্টিৰ গলামল গুদামত পুৱতি নিশা ৩-৩০ ত সংঘটিত হৈছে এই IED বিস্ফোৰণৰ ঘটনা । ইম্ফল আৰক্ষীৰ পশ্চিম ডিভিজনৰ এটা দল উপস্থিত হয় বিস্ফোৰণস্থলীত । বিস্ফোৰণত হতাহতৰ সংখ্যা জানিব পৰা হোৱা নাই ।
এটা গেলামাল গুদামৰ স্বত্বাধিকাৰী ৰামনাথ চাহুৱে জনায় , বিস্ফোৰণত কোনো হতাহত হোৱা নাই ।

Leave A Reply

Your email address will not be published.