Daily Time Axom

ক’ৰণাৰ আতংক ! প্ৰধানমন্ত্ৰীৰ UAE ভ্ৰমণ স্থগিত ৷

0 9

দেশত ওমিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ৮০০ ৰ সংখ্যা অতিক্ৰম কৰিছে ওমিক্ৰন আক্ৰান্তৰ সংখ্যা ।
দেশত ওমিক্ৰনৰ প্ৰকোপ বৃদ্ধি পোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইউনাইটেড আৰৱ এমিৰেটছ্ ভ্ৰমণ বাতিল কৰিছে । ৬ জানুৱাৰী UAE ত উপস্থিত হোৱাৰ কাৰ্যসুচী আছিল প্ৰধানমন্ত্ৰীৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই ভ্ৰমণ গুৰুত্বপুৰ্ণ আছিল । ভাৰত আৰু UAEৰ কূটনৈতিক সম্বন্ধই ৫০ বছৰ অতিক্ৰম কৰিছে ।

Leave A Reply

Your email address will not be published.