২০২২ৰ বিশেষ বন্ধ ঘোষণা অসম চৰকাৰৰ


২০ জুন, ৩০ জুন, ১০ জুলাই আৰু ১৩ জুলাইত চৰকাৰী বন্ধ ঘোষণা কৰিছে অসম চৰকাৰে। সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰিছে এই নিৰ্দেশনা। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ২০ জুনত বন্ধ থাকিব । ৩০ জুনত হুল দিৱস, ১০ জুলাইত ঈদ–উল–জোৱা আৰু ১৩ জুলাইত নেপালী কবি ভানুভক্ত আচাৰ্যৰ জন্মদিন উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে।

Comments (0)
Add Comment