দেশৰ অন্য প্ৰান্তৰৰ সমান্তৰালভাৱে অসমতো বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা ৷ বিশেষকৈ বিপদজনক দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰ ৷ সমগ্ৰ অসমত ৮৪৪জন ক’ভিড পজিটিভ ধৰা পৰিছে ৷ ৮৪৪জন পজিটিভ ব্যক্তিৰ ৩৯০ জনেই গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ৷ দিনটোত ৰাজ্যখনত ৩৫৫৬২জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ।
বৃহস্পতিবাৰে দিনটোত ৰাজ্যখনত ২ জন লোকৰ মৃত্যু ঘটিছে ক’ভিডত ৷
Today’s Total 844
Overall Positivity Percentage (844 cases out of 35,562 test done = 2.37%)
Kamrup(M) 369
Death 2
Recovery Rate 98.36%