Daily Time Axom

কৰ’না পৰৱৰ্তীকালীন পাৰ্শ্বক্ৰিয়া ! ডায়েবেটিছ লৈ আনিছে শিশুৰ মাজলৈ …

0 8

যোৱা দুটা বছৰত, শিশুৰ ক্ষেত্ৰত কৰ’না সংক্ৰমণৰ ঘটনা কম হৈছে। মহামাৰীৰ আৰম্ভণিতে বৃদ্ধসকল আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। ডেল্টা ষ্ট্ৰেইনবোৰে মধ্যবয়স্ক লোকসকলক অধিক কষ্ট দিয়া দেখা গৈছে। বৰ্তমান শিশুৰ ক্ষেত্ৰত কৰোনা সংক্ৰমণৰ প্ৰকাৰ বৃদ্ধি পাইছে।

এইবাৰ ওমিক্ৰনত শিশুসকল বেছিকৈ আক্ৰান্ত হোৱা বুলি তথ্য সদৰি কৰিছে বিভিন্ন দেশে ৷ জীৱনৰ বাবে বিপদজনক ওমিক্ৰন বিয়পি পৰাৰ সমান্তৰালভাৱে আৰহগ্য লাভো কৰিছে, কিন্তু ইয়াৰ পাৰ্শ্বক্ৰিয়া বৃদ্ধি হৈ আছে। বিশেষকৈ শিশুৰ ক্ষেত্ৰত মন কৰিবলগীয়াকৈ কেতবোৰ পাৰ্শ্বক্ৰিয়া দেখা পোৱা গৈছে ৷ বিশেষজ্ঞসকলৰ মতে, যে কৰ’নাৰ পৰা আৰোগ্য হোৱাৰ পিছত বহুতো শিশু প্ৰকাৰ ১ আৰু প্ৰকাৰ ২ ডায়বেটিচত আক্ৰান্ত হোৱা দেখা গৈছে । এই সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই তথ্য প্ৰকাশ কৰিছে।।

Leave A Reply

Your email address will not be published.