Daily Time Axom

শুকুৰবাৰে ৰাজ্যত মুঠ ২৩৪৮ জন ক’ভিডত আক্ৰান্ত, কামৰূপ মহানগৰত আক্ৰান্ত ৮৭০জন

0 10

অসমত ক’ভিড সংক্ৰমণ বৃদ্ধিৰ হাৰ অব্যাহত আছে ৷ শুকুৰবাৰে দিনটোত মুঠ ২৩৪৮ জন ক’ভিডত আক্ৰান্ত লোক চিনাক্ত কৰা হয় ৷ ইয়াৰে ৮৭০ জন লোক কেৱল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হয় ৷ সমগ্ৰ ৰাজ্যত মুঠ ৩০,১০৯ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হয় ৷

শুকুৰবাৰে দিনটোত চৰকাৰী তথ্যমতে ৫ জন লোকৰ মৃত্যু ঘটিছে ৷

Leave A Reply

Your email address will not be published.