শনিবাৰৰ পৰা ভেকচিন নোলোৱাসকলৰ সকলো ৰাজহুৱা স্থানত প্ৰৱেশ নিষেধ ৷ চৰকাৰী কৰ্মচাৰী যাব নোৱাৰিব কাৰ্যালয়লৈয়ো ৷ ভেকচিন নোলোৱা সকল কেৱল যাব পাৰিব হাস্পতাললৈ ৷ এই প্ৰসংগত ৰাজ্য চৰকাৰে ওলিয়াইছে বিশেষ ৰাজহুৱা জাননী ৷ Assam By admin On Jan 15, 2022 0 11 Share 0 11 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail