৫০ বছৰীয়া হ’ল মেঘালয়… মেঘালয় ৰাজ্য ঘোষিত হোৱা ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে সোমবাৰে ভাগ ল’লে স্থানীয় শোভাবৰ্ধন কাৰ্যসূচীত ৷ শ্বিলঙৰ মাউলাই অঞ্চলত কনৰাড চাংমায়ে দেৱালত ৰঙ কৰা মুহূৰ্তত ৷

Comments (0)
Add Comment