Daily Time Axom

টেষ্ট ক্ৰিকেটৰ অধিনায়কত্বৰ পৰা কোহলীৰ অৱসৰ; গৌৰাৱান্বিত অনুষ্কা

0 14

অনুষ্কা শৰ্মা বিৰাট কোহলীক লৈ গৌৰৱান্বিত। সেয়েহে তেওঁৰ স্বামীয়ে টেষ্ট ক্ৰিকেটৰ অধিনায়কত্বৰ পৰা অৱসৰ লোৱাৰ পিছত অনুষ্কাই এক দীঘলীয়া আৱেগিক পোষ্টেৰে তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে।

তেওঁ এটা পোষ্টত কেনেকৈ কোহলীক অভিজ্ঞতাৰে সমৃদ্ধ হোৱা দেখিছে সেয়া প্ৰকাশ কৰিছে । গতিকে কেৱল অনুষ্কা বা অনুৰাগীয়েই নহয় বিৰাট তনয়া সৰু ভমিকায়ো ফাদাৰ কোহলীক লৈ গৌৰৱান্বিত বুলি অনুষ্কাৰ মন্তব্য ৷

Leave A Reply

Your email address will not be published.