Daily Time Axom

সোমবাৰে কেৱল গুৱাহাটীতে ১৪৯১ জন ক’ভিডাক্ৰান্ত ৷ সমগ্ৰ ৰাজ্যত ৬৯৮২জন আক্ৰান্ত, ১১জনৰ ক’ভিডত মৃত্যু ৷

0 14

ভয়ংকৰ দিশলৈ গতি কৰিছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷ দ্ৰুতগতিত ক’ভিড সংক্ৰমণ অব্যাহত আছে অসমত ৷ সোমবাৰৰ দিনটোত অসমত ৬৯৮২জন ক’ভিডত আক্ৰান্ত চিনাক্ত হৈছে ৷ সমগ্ৰ অসমত মুঠ ক’ভিড পৰীক্ষা কৰা হৈছিল ৬৪৯১৯ জনৰ ৷

চিনাক্ত হোৱা ৬৯৮২ জন ক’ভিড পজিটিভ লোকৰ ভিতৰত কেৱল কামৰূপ মহানগৰ জিলাতেই ১৪৯১জন ক’ভিড পজিটিভ ওলাইছে দিনটোত ৷

চৰকাৰী তথ্য অনুসৰি সোমবাৰে ৰাজ্যত ১১জন লোকৰ ক’ভিডত মৃত্যু ঘটিছে।

Summary of 17/01/2022

Today’s Total 6982

Overall Positivity Percentage (6982 cases out of 64,919 test done = 10.75%)

Kamrup(M) 1491

Death 11

Recovery Rate 95.18%

Leave A Reply

Your email address will not be published.