৭৫ বছৰত প্ৰথমবাৰৰ বাবে পূৰ্বৰ সময়তকৈ পলমকৈ আৰম্ভ হ’ব গণতন্ত্ৰ দিৱসৰ পেৰেড

সমগ্ৰ দেশে গণতন্ত্ৰ দিৱসত পেৰেড আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান চাবলৈ গোটেই বছৰ অপেক্ষা কৰে। কিন্তু এইবছৰ স্বাধীনতাৰ পিছৰ ৭৫ বছৰৰ ভিতৰত প্ৰথম বাৰৰ বাবে গণতন্ত্ৰ দিৱসৰ কুচকাৱাজ পুৱা ১০ বজাৰ নিৰ্ধাৰিত সময়ত আৰম্ভ নহ’ব। হয়, এইবাৰ ক’ভিড-১৯ৰ নিষেধাজ্ঞা আৰু জম্মু-কাশ্মীৰৰ নিৰাপত্তাকৰ্মীসকলক শ্ৰদ্ধাঞ্জলি জনাই ৩০ মিনিট পলমকৈ পেৰেড আৰম্ভ হ’ব।

Comments (0)
Add Comment