ৰাজ্যত ক’ভিডৰ ভয়ংকৰ ৰূপ ৷ মঙলবাৰে কৰ’নাত আক্ৰান্ত ৮০৭২ জন ৷ কেৱল গুৱাহাটীতে ১৯৯৬ জন পজিটিভ ৷

ৰাজ্যত দ্ৰুত গতিত ক’ভিড সংক্ৰমণ অব্যাহত আছে ৷ যোৱা ২৪ ঘণ্টাত ৰাজ্যত কৰ’নাত ৮০৭২ জন আক্ৰান্ত ৷ কেৱল গুৱাহাটীতে ক’ভিডত আক্ৰান্ত ১৯৯৬ জন লোক ৷
সমগ্ৰ ৰাজ্যত মুঠ ৬৪৯৪৪ জনৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল ৷

ৰাজ্যত দিনটোত ১৬ কৰ’না আক্ৰান্তৰ মৃত্যু ঘটিছে ৷

Summary of 18/01/2022

Today’s Total 8072

Overall Positivity Percentage (8072 cases out of 63,944 test done = 12.62%)

Kamrup(M) 1996

Death 16

Recovery Rate 94.39%

Comments (0)
Add Comment