Daily Time Axom

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু তথ্য আৰু জনসংযোগ তথা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত হাফলং জিলা অসামৰিক চিকিৎসালয়ত পিএম কেয়াৰ পুঁজিৰ অধীনত অনুমোদিত ১ মেট্ৰিক টন ক্ষমতাৰ এটা অক্সিজেন প্ৰকল্প আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি ডিমা হাচাওবাসীৰ সেৱাত উৎসৰ্গা কৰে।

0 9
Leave A Reply

Your email address will not be published.