Daily Time Axom

ধুবুৰী জিলাৰ চাপৰ আৰক্ষীৰ সফলতা ৷ ১২টা কৈ চোৰাং গৰু জব্দ, দুই সৰবৰাহকাৰীক আটক ।

0 9

ধুবুৰী জিলাৰ চাপৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জিত কাকতিয়ে এক গোপন সূত্ৰৰ পম খেদি চান্দডিঙা শিলগাৰা ব্ৰহ্মপুত্ৰ নৈৰ পাৰত ১২টা কৈ চোৰাং গৰুৰ লগতে দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা গৰু আৰু ব্যক্তি দুজনক চাপৰ আৰক্ষী থানালৈ লৈ আহে ,আৰু তদন্ত অব্যাহত ৰাখে বুলি জানিব দিয়ে।

(গোঁসাইগাঁৱৰ পৰা মোনেৰ আলীৰ ৰিপৰ্ট)

Leave A Reply

Your email address will not be published.