অসমতো আৰম্ভ হ’ল লোকসভা নিৰ্বাচনৰ তৎপৰতা ৷ লাহে লাহে অধিক ব্যস্ত হৈছে ৰাজনীতিক ৷ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ নিজ সমষ্টিত ধাৰাবাহিক সভা ৷ কলিয়াবৰত বৃহস্পতিবাৰে কংগ্ৰেছ যুৱনেতা গৌৰৱ গগৈৰ দলীয় সভাত অংশগ্ৰহণৰ দৃশ্য ৷ Assam By admin On Jan 22, 2022 0 21 Share 0 21 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail