Daily Time Axom

কামৰূপ(ম) জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা ক’ভিড পজিটিভ

0 11

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা ক’ভিডত আক্ৰান্ত হৈছে ৷

ক’ভিড টেষ্টৰ সময়ত ধৰা পৰে ক’ভিড পজিটিভৰ কথা ৷

উপায়ুক্তগৰাকীৰ সৈতে সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড টেষ্ট কৰাৰ আহ্বান ৷

ইয়াৰ লগতে প্ৰশাসনে বান্ধি দিয়া ক’ভিড বিধিসমূহ সকলো লোককে মানি চলাৰ আহ্বান উপায়ুক্তগৰাকীৰ ৷

Leave A Reply

Your email address will not be published.