Daily Time Axom

পৰীক্ষাক লৈ উত্তাল গুৱাহাটী বিশ্ববিদ্যালয় ৷ উপাচাৰ্যৰ কাৰ্যালয় ঘেৰাও।

0 12

স্নাতকোত্তৰ প্ৰথম-তৃতীয় ষাণ্মাষিক ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদত শুকুৰবাৰে উত্তাল হ’ল গুৱাহাটী বিশ্ববিদ্যালয় । পৰীক্ষা পিছুৱাবলৈ দাবী ক্ষোভিত ছাত্ৰ-ছাত্ৰীৰ।

গুৱাহাটী বিশ্ববিদ্যালয়ত উপাচাৰ্য্যৰ কাৰ্যালয় ঘেৰাও ক্ষোভিত ছাত্ৰ-ছাত্ৰীৰ। স্নাতকোত্তৰ প্ৰথম-তৃতীয় ষান্মাষিকৰ পৰীক্ষা পিছুৱাবলৈ দাবী কৰি এই প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ। শনিবাৰৰপৰা পৰা আৰম্ভ হ’ব দুয়োটা ষান্মাষিকৰ পৰীক্ষা।

Leave A Reply

Your email address will not be published.