EVM ত হ’ব ৰাজ্যৰ পৌৰ নিৰ্বাচন ৷ ৰাজ্যিৰ নিৰ্বাচন আয়োগে শীঘ্ৰেই জাৰি কৰিব অধিসূচনা ৷
ৰাজ্যৰ পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগ ৷
প্ৰথমবাৰলৈ EVM ত অনুষ্ঠিত হ’ব পৌৰ সভাৰ নিৰ্বাচন ৷
ৰাজ্যৰ ৮১ খন পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব EVM ত ৷
এই সন্দৰ্ভত শুকুৰবাৰে ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰে নিৰ্দেশনা ৷
অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ৷
শীঘ্ৰে ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিব পৌৰসভা নিৰ্বাচনৰ অধিসূচনা ৷
