Daily Time Axom

বাগদাদ বিমান বন্দৰত ৰকেট আক্ৰমণ

0 6

ইৰাকৰ বাগদাদত ভয়াৱহ ৰকেট আক্ৰমণ সংঘটিত হয় শনিবাৰে পুৱাবেলা ৷

৬টাকৈ ৰকেটেৰে বাগদাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই আক্ৰমণ কৰা হয় । এই আক্ৰমণৰ ফলত দুখনকৈ বাণিজ্যিক বিমান ক্ষতিগ্ৰস্ত হয়। পূৰ্বতেও বহুবাৰ ৰকেট আক্ৰমণ কৰা হৈছিল ইৰাকৰ এই বিমান বন্দৰটোত । শনিবাৰৰ এই আক্ৰমণত সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই।

Leave A Reply

Your email address will not be published.