গুৱাহাটীৰ পল্টন বজাৰৰ হোটেলত কৰ্মচাৰীৰ আত্মহত্যা
গুৱাহাটীৰ পল্টনবজাৰ K K হোটেলত এজন কৰ্মচাৰীয়ে যোৱা নিশা আত্মহত্যা কৰিছে ৷ হোটেলখনৰ ভিতৰৰ দ্বিতীয় মহলাত আত্মহত্যা কৰ্মচাৰীজনৰ ৷
আত্মহত্যা কৰা ব্যক্তিজনৰ নাম লতিফুৰ ৰহমান ৷
হোটেলৰ মেনেজাৰ হিচাপে বিগত ১৭ বছৰ ধৰি কাম কৰি আছিল লতিফুৰ ৰহমানে ৷ নিশা আত্মহত্যা কৰিছিল লতিফুৰে ৷ নিশা ১ বজাত পল্টনবজাৰ আৰক্ষীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি হোটেলৰ কোঠালিটো তলা বন্ধ কৰি যিয় ৷ পুৱা আৰক্ষী আহি পোষ্ট মৰ্টেমৰ বাবে প্ৰেৰণ কৰে ৷
