Daily Time Axom

ৰাজ্যত বাঢ়িছে ক’ভিডত মৃত্যুৰ সংখ্যা, সামান্য হ্ৰাস হৈছে সংক্ৰমণৰ হাৰ

0 10

শনিবাৰে অসমত ক’ভিডত মুঠ ২২জন লোকৰ মৃত্যু ঘটিছে। দিনটোত ৰাজ্যখনত ক’ভিভত সংক্ৰমিত হৈছে ২২৯৪ জন । সৰ্বমুঠ ক’ভিড পৰীক্ষা কৰা হৈছিল ৩৫, ৭৭৭জনৰ ৷ চিনাক্ত হোৱা ক’ভিড সংক্ৰমিত ২২৯৪ জনৰ ভিতৰত ৫৩৫ জন লোক কামৰূপ মহানগৰৰ ৷

Summary of 29/01/2022

Today’s Total 2294

Overall Positivity Percentage (2294 cases out of 35,777 test done = 6.41%)

Kamrup(M) 535

Death 22

Recovery Rate 94.88%

Leave A Reply

Your email address will not be published.