Daily Time Axom

৭০ লাখ টকাত বিক্ৰী কৰিবলৈ আনিছিল নকল খড়্গ ৷ আৰক্ষীৰ জালত ৫ টা চোৰাংবেপাৰী ৷

0 15

বিশ্বনাথ চাৰিআলিত নকল গড়ৰ খৰ্গসহ গ্ৰেপ্তাৰ পাঁচজন ৷ নকল খৰ্গ বিক্ৰী কৰিবলৈ চেষ্টা চলাওতেই আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে বেপাৰী কেইটাক ৷ আৰক্ষীৰ মতে ৭০ লাখ টকাত নকল খড়্গটো বিক্ৰীৰ কৰিবলৈ চেষ্টা চলাইছিল অসিধু চক্ৰটোৱে ৷ গ্ৰেপ্তাৰ কৰা খৰ্গ বেপাৰী কেইটা ক্ৰমে আচলাম শ্বেখ , হামিদ শ্বেখ , ঘনশ্যাম গুপ্তা, মন্টু চমুৱা আৰু জমিৰ আলী ৷ লগতে উদ্ধাৰ হৈছে এটা নকল গড়ৰ খৰ্গ ৷
(জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট )

Leave A Reply

Your email address will not be published.